Saturday 16 May 2015

(4)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(4)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++


--মক্কাৰ মছজিদে হাৰামৰ পৰা জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছলৈকে এই ভ্রমণত হজৰত মহম্মদ (দঃ) চাৰি ঠাইত ৰৈছিল। ১] মদিনাত নামি নামাজ পঢ়িছিল। ২] তুৰ পর্বতৰ ছিনাই(Toor Sinai)ত য’ত হজৰত মুছা(আঃ)এ আল্লাহ তা’লাৰ লগত কথা পাতিছিল। ৩] বেইথলহাম(Bethlehem) য’ত  হজৰত ঈছা(আঃ)ৰ জন্ম হৈছিল। ৪] বাইতুল মোক্কাদ্বিছত[Jerusalem- (Baitul Maqdis)]।



--এই ভ্রমণত হজৰত মহম্মদৰ(দঃ) লগত তিনি বিধ শক্তি লগত আছিল। ১]মহান আল্লাহ তা’লাৰ Subhana allathee( سُبْحَانَ الَّذِي)বুলি আৰম্ভ হোৱা ১৭ : ১ বাণী। ২] শক্তিশালী ফিৰিস্তা জিবৰাইল(আঃ) আৰু মিকাইল(আঃ) যি  নুৰৰ(Light) দ্বাৰা তৈয়াৰি। আৰু আছিল ৩] শক্তিশালী উৰিব(Flying) পৰা বেগী বোৰাক।

[[17:1 - Al-Isra (The Journey by Night)

سُبْحَانَ الَّذِي أَسْرَى بِعَبْدِهِ لَيْلاً مِّنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا إِنَّهُ هُوَ السَّمِيعُ البَصِيرُ (17:1) ]]


ইয়াৰ পিছত আমি মনৰ খু-দুৱনি মাৰিবলৈ চাৰি/পাঁচ ঘণ্টাৰ ভিতৰত কিদৰে এই পৰিভ্রমণ সম্ভব হৈছিল তাক উল্লেখ কৰিম-inshaAllah. । 
1. Distances, 
Traveled in one night covered Millions of Miles. 

2.Times taken. 
One night most probably at about 4 to 5 hours. 

3, Transports; "THE BURAK" 


--হজৰত মহম্মদৰ(দঃ) বোৰাকৰ দ্বাৰা ভ্রমণ জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছৰ পৰা প্রথম আচমানলৈকে আছিল। বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) সকলো পয়গম্বৰৰ জামাতত ইমামতি কৰিছিল। 

[[বিঃদ্রঃ-শবে মেৰাজৰ তাৰিখ নির্দিষ্ট নহয়।
ইয়াক পালন কৰাৰ কোনো বিধান ৰছুলে(দঃ) দিয়া নাই।
সৌদী আৰবৰ ফতোৱা চাওঁক।।
-ক্রমশঃ- next sat.day on 23.05.2015-sgis,16.5,15

No comments:

Post a Comment